- জুবিন গাৰ্গৰ মৃ*ত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি
- পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যামকানু মহন্ত
- সিদ্ধার্থ শৰ্মাকো পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
- পুনৰ ন্যায়িক জিম্মালৈ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গার্গ
- ২ PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাকো পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মা
- সোমবাৰে ভার্চুৱেলী আদালতত হাজিৰ কৰোৱা হয় আটাইকেইজনকে
- ষট্ পূজাৰ বন্ধৰ বাবে এদিন পূর্বেই আদালতত হাজিৰ আটাইকেইজনক
