- ৰাজীৱ ভৱনত সন্ধিয়া ৭ বজাত গুৰুত্বপূৰ্ণ বৈঠক
- বৈঠকত উপস্থিত থাকিব APCCৰ সভাপতি গৌৰৱ গগৈ
- উপস্থিত থাকিব প্রদেশ কংগ্ৰেছৰ ৫খন কমিটীৰ ৫ জন অধ্যক্ষ
- প্ৰথমবাৰৰ বাবে ৫ জন অধ্যক্ষৰে বৈঠকত বহিব গৌৰৱ গগৈ
- উপস্থিত থাকিব নির্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষ ভূপেন বৰা
- অংশ ল’ব সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষ দেৱব্ৰত শইকীয়াই
- ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈয়ো ল’ব অংশ
- উপস্থিত থাকিব প্ৰচাৰ কমিটীৰ অধ্যক্ষ ৰকিবুল হুছেইন
- নির্বাচন ব্যৱস্থাপনা কমিটীৰ অধ্যক্ষ ৰিপুণ বৰায়ো ল’ব অংশ
- বৈঠকতেই প্ৰস্তুত কৰা হ’ব কংগ্ৰেছ দলৰ পৰৱৰ্তী ৰণনীতি
- নির্বাচনত মিত্রতা সন্দর্ভতো আলোচনা হ’ব এই বৈঠকত