ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানৰ নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ পাঁচ বছৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷
শুক্ৰবাৰে এই কথা ঘোষণা কৰে পাকিস্তানৰ নিৰ্বাচন আয়োগে ৷ইমৰাণ খানে প্ৰধানমন্ত্ৰী হৈ থকা কালত বিদেশী নেতাসকলৰ পৰা পোৱা উপহাৰৰ বিষয়ে বিপথে পৰিচালিত কৰিছিল ৷
এই অভিযোগৰ ভিত্তিতে ইমৰাণ খানক পাকিস্তানৰ নিৰ্বাচনী আইনৰ অনুচ্ছেদ ৬৩ (আই) (৩)ৰ অধীননত পাঁচ বছৰৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে ৷