ডিজিটেল ডেস্ক, ২৭নৱেম্বৰ:দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ মাচুল আদায় ৰাজ্য চৰকাৰৰ । বিনামূলীয়া নামভৰ্তিৰ বাবদ ১৮ কোটি টকা মুকলি । বিভিন্ন বিদ্যালয়ৰ বেংক একাউণ্টলৈ DBTযোগে হস্তান্তৰ ধনৰাশি ।
একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। চলিত শিক্ষাবৰ্ষত ২,৫০,৮৯৯ গৰাকী শিক্ষাৰ্থীৰ নামত আৱণ্টন এই পুঁজি। এই কথা সদৰী কৰে ৰণোজ পেগুয়ে।