- বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভাৰত জৈন
- যাৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ৭.৫ কোটি টকা
- জৈনৰ নামত মুম্বাইত আছে ১.৪ কোটি টকাৰ দুটাকৈ ফ্লেট
- মহাৰাষ্ট্ৰৰ থানেত ভাড়াত দিছে দুখন দোকান
- এখন ষ্টেচনাৰী দোকানৰো মালিক তেওঁ
- প্রতিদিনে ভিক্ষা মাগি লাভ কৰে ২ৰ পৰা ৪ হাজাৰ টকা
বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভাৰত জৈন
RELATED ARTICLES