Tuesday, March 10, 2026
Homeঅসম‘‘গৌৰৱ গগৈৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তাৰ কথা...

‘‘গৌৰৱ গগৈৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায়’’,

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈক কটু সমালোচনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ। মৰাণৰ Emergency Landing Facilityলৈ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ পিছতে তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘গৌৰৱ গগৈৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই। গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায়। সেইবাবেই গৌৰৱে Emergency Landing Facilityক সমালোচনা কৰিছে।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ‘‘Emergency Landing Facilityৰ লগত ১৫০ টকীয়া চাহৰ কি সম্পৰ্ক মই নুবুজোঁ। শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথা বুজি নাপাব। এই কথা বুজিবলৈ ভাৰতৰ সন্তান হ’ব লাগিব।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments