Tuesday, March 17, 2026
Homeঅসমপৰাজয় স্বীকাৰ কৰি দুঃখ নকৰিবলৈ পৰামৰ্শ জয়ন্ত বৰাক

পৰাজয় স্বীকাৰ কৰি দুঃখ নকৰিবলৈ পৰামৰ্শ জয়ন্ত বৰাক

ডিজিটেল ডেস্ক, ২৩নৱেম্বৰ:  বিহালীৰ ফলাফলৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ। কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমাণে আমাৰ সিদ্ধান্ত সঠিক আছিল বুলি প্ৰমাণ কৰিলে। উত্তৰ অসমত কংগ্ৰেছে আৰম্ভণিহে কৰিছোঁ, আগন্তুক দিনত কংগ্ৰেছক অধিক শক্তিশালী কৰিম।

আজি অংকৰে জয় হৈছে বিজেপিৰ, কিন্তু বিহালী, ধলাই, চামগুৰিত কংগ্ৰেছৰ প্ৰদৰ্শন ভাল হৈছে। উপ-নিৰ্বাচনত জয়লাভ কৰিবলৈ বিজেপিয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। প্ৰশাসনে নিৰ্বাচনত একপক্ষীয়ভাৱে কাম কৰিছিল। সামগ্ৰিকভাৱে এই নিৰ্বাচনত কাৰো জয় হোৱা নাই, ড্ৰ’ হৈছে বুলি মন্তব্য গৌৰৱ গগৈৰ। ”’জয়ন্ত বৰাৰ লগত মই কথা পতিছোঁ। ফলাফলৰ পৰা জয়ন্ত বৰাই মন বেয়া কৰিব নালাগে।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments