লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
৭.৬০ লাখ পৰিয়ালে লাভ কৰা নাছিল PMAY-Gৰ আৱাস
১৯ মার্চত ৩.৮০ লাখ পৰিয়ালে লাভ কৰিব PMAY-Gৰ আৱাস
পলাশবাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব অনুদান বিতৰণ অনুষ্ঠান
এপ্ৰিলৰ ভিতৰত বাকী ৩.৮০ লাখ পৰিয়ালে লাভ কৰিব PMAY-Gৰ ঘৰ
এইপর্যন্ত ২২ লাখ পৰিয়ালে লাভ কৰিছে PMAY-Gৰ ঘৰ
অসমত ৬২ লাখ পৰিয়ালৰ ভিতৰত ৩০ লাখ পৰিয়ালে লাভ কৰিছে এই ঘৰ
জিঅ’ টেগিঙৰ জৰিয়তে PMAY-G আঁচনিয়ে সামৰি লৈছে পৰিয়াসমূহ
২০১৮ৰ তালিকাত নাম সন্নিৱিষ্ট সকলোৱে লাভ কৰিব PMAY-Gৰ ঘৰ