Friday, March 13, 2026
Homeঅসমগোৱালপাৰাৰ উচ্ছেদৰ প্ৰসংগ পালেগৈ সর্বোচ্চ ন্যায়ালয়

গোৱালপাৰাৰ উচ্ছেদৰ প্ৰসংগ পালেগৈ সর্বোচ্চ ন্যায়ালয়

  • গোৱালপাৰাৰ উচ্ছেদৰ প্ৰসংগ পালেগৈ সর্বোচ্চ ন্যায়ালয়
  • ৰাজ্য প্ৰশাসনৰ বিৰুদ্ধে আদালত অবমাননা কৰাৰ অভিযোগ
  • গোৱালপাৰাৰ উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়াধীশ বি আৰ গাভাইৰ নির্দেশনাৱলী
  • 37759/2025 নম্বৰত অৱমাননাৰ গোচৰ দাখিল উচ্চতম ন্যায়ালয়ত
  • উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে গ্ৰহণ কৰে শুনানি
  • শুনানিৰ অন্তত জাননী জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ
  • মুখ্য সচিব, গোৱালপাৰা জিলা আযুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি
  • বালিজানাৰ ৰাজহ চক্র বিষয়া, গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও জাননী জাৰি
  • অৱমাননাৰ গোচৰ তৰিছিল নুৰ নবীসহ আন চাৰি ভুক্তভোগীয়ে
  • বিষয়টোত আদালতত যুক্তি প্রদর্শন কৰিছিল সর্বোচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে, আদিল আহমেদ, এ আৰ ভূঞা, জুনেইদ খালিদে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments