Friday, November 8, 2024
Homeঅসমস্বৰ্ণজয়ী নয়নমণি শইকীয়াক অৰ্জুন বঁটাৰ বাবে মনোনীত

স্বৰ্ণজয়ী নয়নমণি শইকীয়াক অৰ্জুন বঁটাৰ বাবে মনোনীত

ডিজিটেল ডেস্ক, ANEWS24X7: বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ ২০২২ ৰ লন বলত ভাৰতীয় মহিলা দলৰ হৈ স্বৰ্ণ পদক জয়ী অসম কন্যা নয়নমণি শইকীয়াক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে।

এই বঁটাৰ বাবে কমেও ২৫ জন খেলুৱৈক মনোনীত কৰা হৈছে।

উল্লেখযোগ্য যে কমনৱেলথ গেমছৰ পিছতে স্বৰ্ণজয়ী নয়নমণি শইকীয়া গুজৰাটত অনুষ্ঠিত হোৱা নেশ্যনেল গেমছতো লন বলত পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।কিছুদিন পূৰ্বে অসম চৰকাৰে স্বৰ্ণজয়ী নয়নমণি শইকীয়াক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়া হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments