Monday, July 7, 2025
Homeঅসমআজিৰ দিনটোত কিমান কমিল সোণৰ মূল্য ?

আজিৰ দিনটোত কিমান কমিল সোণৰ মূল্য ?

ডিজিটেল ডেস্ক ANEWS24X7: আজি সোণ-ৰূপৰ দাম বাঢ়িল নে কমিল ? বজাৰলৈ যোৱাৰ পূৰ্বে ANEWS24X7 ত চাওক সোণৰ উচিত দাম –

আজি গুৱাহাটীৰ বজাৰ অনুসৰি সোণৰ মূল্য হৈছে – প্ৰতি ১ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৫০১৪ টকা । আনহাতে ৮ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৪০,১১২ টকা । তাৰোপৰি গুৱাহাটী বজাৰত আজিৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১ গ্ৰামত ৪৭৭৫ টকা আৰু ৮ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৩৮,২০০ টকা ।

আজিৰ দিনটোত পূৰ্বৰ তুলনাত প্ৰতি গ্ৰাম ২৪ কেৰেট সোণত ৪৭ টকা হ্ৰাস পাইছে ৷ আনহাতে প্ৰতি গ্ৰাম ২২ কেৰেট সোণত ৪৫ টকা হ্ৰাস পাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments