Sunday, July 6, 2025
Homeঅসমসুখৱৰ!

সুখৱৰ!

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যবাসীৰ বাবে এক সুখবৰ। পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মন্ত্ৰী পীযূষ হাজৰিকাৰ আৰু অভিনেত্ৰী আইমী বৰুৱাৰ পুত্ৰ অৰ্থব অৰ্জুন হাজৰিকাই।

কাঠমাণ্ডুত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ ৮ বছৰ অনুৰ্ধ শাখাত ২০০ মিটাৰ, ৪০০ মিটাৰত সোণৰ পদক অর্জন কৰিছে অৰ্থবই।

শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে অসমৰ কেইবাজনো খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments