- স্নাতক শিক্ষক পদৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ
- কাইলৈৰ পৰা পুনৰ আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া
- ইতিপূৰ্বে প্ৰকাশ কৰা ‘কাট অব মাৰ্কৰ্ছ’ অনুসৰি সম্পন্ন হ’ব নথি পৰীক্ষণ
- দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ ১,৩৮৯ গৰাকী প্ৰাৰ্থীৰ হ’ব নথি পৰীক্ষণ
- ৰাজ্যৰ ৬ টা মণ্ডলত সম্পন্ন হ’ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ
- তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ প্ৰাৰ্থীৰো হ’ব নথি পৰীক্ষণ
- স্নাতক পৰ্যায়ৰ সৰ্বমুঠ শিক্ষকৰ পদ আছে ৮,২৩০ টা
- ইয়াৰে চৰকাৰী শিক্ষানুষ্ঠানত আছে ২২৬ টা স্নাতক শিক্ষকৰ পদ
- প্রাদেশীকৃত শিক্ষানুষ্ঠানত স্নাতক শিক্ষকৰ মুঠ পদ ৮,০০৪ টা
- মাধ্যমিক পর্যায়ত হিন্দী শিক্ষকৰ মুঠ পদ আছে ৬৪২টা
