Friday, July 4, 2025
Homeঅসমৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ

  • ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ
  • প্রাথমিক পৰ্যায়ৰ ৫,৫৫০টা শিক্ষক পদত শীঘ্রেই নিযুক্তি
  • ইয়াৰে ৩,৮০০ টা পদ উচ্চ প্রাথমিক বিদ্যালয়ৰ ১,৭৫০ টা পদ নিম্ন প্রাথমিক বিদ্যালয়ৰ
  • এই পদসমূহ পূৰণৰ পূৰ্বে শুক্রবাৰৰ পৰা আৰম্ভ হ’ব নথি পৰীক্ষণ প্রক্রিয়া
  • ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ
  • NIOS ৰ অধীনত D.El.Ed কৰা সকলেও পাব সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা
  • ন্যায়ালয়ৰ নিৰ্দেশতে NIOSৰ অধীনত D.El.Ed কৰা সকলক এই সুবিধা প্রদান
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments