Saturday, April 19, 2025
Homeঅসমমেট্ৰিকত অনুত্তীর্ণ পৰীক্ষাৰ্থীৰ বাবে সু-খবৰ

মেট্ৰিকত অনুত্তীর্ণ পৰীক্ষাৰ্থীৰ বাবে সু-খবৰ

  • মেট্ৰিকত অনুত্তীর্ণ পৰীক্ষাৰ্থীৰ বাবে সু-খবৰ
  • চলিত শিক্ষাবর্ষতো হ’ব কম্পার্টমেন্টেল পৰীক্ষা
  • সর্বাধিক ৩টা বিষয়ত অৱতীৰ্ণ হ’ব পাৰিব কম্পার্টমেন্টেল পৰীক্ষাত
  • ইয়াৰ বাবে অনলাইন পদ্ধতিৰে কৰিব লাগিব আবেদন
  • আবেদন দাখিলৰ বাবে শীঘ্ৰে মুকলি হ’ব নির্দিষ্ট প’র্টেল
  • ইয়াৰ বাবে ASSEBয়ে জাৰি কৰিলে প্রয়োজনীয় নির্দেশনা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments