Tuesday, March 10, 2026
Homeবাণিজ্যগুগলে বন্ধ কৰিব Street View App

গুগলে বন্ধ কৰিব Street View App

ডিজিটেল ডেস্ক, ANEWS24X7: গুগলে বন্ধ কৰিব Street View App ৷ ২০২৩ বৰ্ষৰ মাৰ্চ মাহৰ পৰা গুগলে ডেডিকেটেড Street View App সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

এক জাননীৰ জৰিয়তে গুগলে Street View App ব্যৱহাৰকাৰীসকলক Google Map বা Street View Studio লৈ যাবলৈ পৰামৰ্শ দিছে ৷

গুগলে ষ্ট্ৰীট ভিউ এপৰ বাবে কেইবাটাও শ্বাটডাউন মেচেজ প্ৰস্তুত কৰিছে ৷ গুগলৰ Street View Appটো বৰ্তমান IOS আৰু Andoid দুয়োটাতে প্লেটফৰ্মট উপলব্ধ । এই এপটোৱে ব্যৱহাৰকাৰীসকলক ষ্ট্ৰীট ভিউৰ সৈতে গুগল মেপত যিকোনো স্থান বিচাৰি উলিওৱাৰ অনুমতি দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments