Wednesday, March 11, 2026
Homeঅসমচাকৰি হেৰুৱালে চৰকাৰী অধিবক্তাই!

চাকৰি হেৰুৱালে চৰকাৰী অধিবক্তাই!

  • অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বর্খাস্ত
  • ৰাজ্যপালৰ নিৰ্দেশত বৰ্খাস্ত কৰা হ’ল অধিবক্তাগৰাকীক
  • লোক অধিবক্তাৰ কাৰ্যালয়ৰ ৩জন সহায়ককো বর্খাস্ত
  • ব্ৰজেন কুমাৰ নাথ, কমল নাথ, অৰূপ কুমাৰ ডেকাক বৰ্খাস্ত
  • চুমি বৰাৰ বৌৱেক জিংকি মিলিয়ে মঙলবাৰে লাভ কৰিছিল জামিন
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তবর্তীকালীন জামিন দিছিল জিংকি মিলিক
  • জিংকি মিলিয়ে জামিন পোৱাক লৈ উঠিছিল প্রশ্ন
  • জিংকি মিলিয়ে জামিন পোৱাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগত জোকাৰণি
  • ইয়াৰ পাছতে পোহৰলৈ আহিছিল বিদ্যুৎ বিকাশ গগৈৰ সন্দেহজনক ভূমিকা
  • ৰহস্যজনকভাৱে জামিনৰ বিৰোধিতা কৰা নাছিল বিদ্যুৎ বিকাশ গগৈয়ে
  • জামিনৰ সকলো নথি লুকুৱাই ৰখাৰ অভিযোগ গগৈৰ বিৰুদ্ধে
  • লোক ফৰিয়াদী মাখন ফুকনৰ পৰা লুকুৱাইছিল নথিসমূহ
  • ফলত আদালতত উপস্থিত থাকিব পৰা নাছিল মাখন ফুকন
  • ঘটনাক লৈ খর্গহস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাও
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments