- ৰাজ্যত কৰ ফাঁকি দিয়া ব্যৱসায়ীৰ বিৰুদ্ধে GST বিভাগৰ অভিযান
- চলিত বৰ্ষৰ ৬ মাহত ৩০ টাকৈ স্থানত অভিযান অসম GSTৰ
- বৃহৎ অভিযানত ৬০ কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক GSTৰ
- বৃহৎ কৰ ফাঁকিৰ অভিযোগত গ্রেপ্তাৰ ৫ জনকৈ লোকক
- GST Intelligence and Enforcement Unitৰ তদন্ত অব্যাহত
- বছৰি ৫০০ কোটিৰ উপাৰ্জন কৰা বহু ব্যৱসায়ীয়ে কৰ ফাঁকি দি চলাইছে ব্যৱসায়
- তেনে ব্যৱসায়ীক ৰাডাৰত ৰাখিছে ৰাজ্যিক GST বিভাগে
- এই বর্ষত সর্বাধিক কৰ ফাঁকি দি ব্যৱসায় কৰা কেইবাটাও প্রতিষ্ঠানত অভিযান
- অভিযানত প্ৰতিষ্ঠানৰ পৰা GSTয়ে ৰাজহ সংগ্ৰহ কৰে ৬.৩০ কোটি
- নজৰুল ইছলাম নামৰ ঠিকাদাৰৰ পৰা ১.৪০ কোটি ৰাজহ আদায়
- BGS-SGS-SONA নামৰ প্ৰতিষ্ঠানৰ পৰা ৮.২০ কোটি ৰাজহ আদায়
- J Infratech প্ৰতিষ্ঠানৰ পৰা ৪.২৫ কোটিৰ ৰাজহ সংগ্ৰহ
