Tuesday, July 8, 2025
Homeঅসমআৰক্ষীৰ জালত বাংলাদেশী নাগৰিক !

আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক !

ডিজিটেল ডেস্ক, A NEWS 24×7: মহানগৰীৰ পল্টন বজাৰ আৰক্ষীৰ জালত পৰিছে এজন বাংলাদেশী নাগৰিক । আৰক্ষীৰ জালত পৰা বাংলাদেশী নাগৰিকজন সুমনগঞ্জ জিলাৰ আব্দুল আমিন লটাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

আব্দুলৰ পৰা আৰক্ষীয়ে এখন ভুৱা আধাৰ কাৰ্ডো জব্দ কৰিছে । নগাঁৱৰ বেচামাৰীৰ ঠিকনাৰে প্ৰস্তুত কৰিছিল ভুৱা আধাৰ কাৰ্ডখন । ভুৱা আধাৰ কাৰ্ড লৈয়ে দিল্লী আৰু কাশ্মীৰতো কাম কৰিছিল আব্দুলে।সম্প্ৰতি আৰক্ষীয়ে ভুৱা আধাৰ কাৰ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে |

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments