Monday, March 16, 2026
Homeঅসমখাৰঘুলিত ভৰা ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫গৰাকী যুৱক

খাৰঘুলিত ভৰা ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫গৰাকী যুৱক

  • ব্রহ্মপুত্রত গা ধুবলৈ গৈ নিখোঁজ ৫ জন লোক
  • খাৰঘুলীৰ ভক্তি কুটিৰলৈ গৈছিল লোককেইজন
  • মন্দিৰত পূজা অর্চনাৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল ৮ জন লোক
  • ৩ জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ
  • এতিয়াও সন্ধানহীন হৈ আছে ৫ জন লোক
  • সন্ধানহীন লোককেইজনক বিচাৰি নদী আৰক্ষী, NDRFৰ অভিযান অব্যাহত
  • পানীত নমা দুজন যুৱকৰ নাম উপেশ কুমাৰ আৰু উপেন কুমাৰ।
  • তেওঁলোক দুয়োৰে ঠিকনা গুৱাহাটীৰ উলুবাৰীৰ ইস্কন মন্দিৰ।
  • সম্প্ৰতি সন্ধানহীন অন্য যুৱককেইজনৰ সন্ধানত উদ্ধাৰ অভিযানত নামি পৰিছে NDRF আৰু আৰক্ষীৰ দল।
  • উদ্ধাৰ হোৱা ৪ জন যুৱকক সোধা-পোছা আৰক্ষীৰ।
  • আৰক্ষীৰ ওচৰত যুৱককেইজনৰ ভাষ্য অনুসৰি নদীৰ পাৰত ফল-মূল খাবলৈ, গা ধুবলৈ গৈছিল তেওঁলোক।
  • নদীৰ পাৰলৈ যোৱা দলটোৰ নেতৃত্ব লৈছিল ভক্তি কুটীৰৰ স্বত্বাধিকাৰীৰ পুত্ৰই।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments