Sunday, July 6, 2025
Homeঅৰ্থনীতিকি হৈছে আজি গুৱাহাটীৰ সোণৰ বজাৰত ?

কি হৈছে আজি গুৱাহাটীৰ সোণৰ বজাৰত ?

ডিজিটেল ডেস্ক, ANEWS24X7: গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত কি ঘটিছে ? গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত কিমান মূল্যত পাব সোণ বজাৰলৈ যোৱাৰ পূৰ্বে ANEWS24X7 ত চাওক সোণৰ সঠিক দাম –

আজি গুৱাহাটীৰ বজাৰ অনুসৰি সোণৰ মূল্য হৈছে – প্ৰতি ১ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৫০৫১ টকা । আনহাতে ৮ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৪০,৪০৮ টকা । তাৰোপৰি গুৱাহাটী বজাৰত আজিৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১ গ্ৰামত ৪,৮১০ টকা আৰু ৮ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৩৮,৪৮০ টকা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments