- গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা অধিবক্তা সমাজৰ অধিকাংশৰ
- গুৱাহাটী হাইক’ট বাৰ এছ ‘চিয়েছনৰ গোপন ভোটিঙৰ ফলাফল ঘোষণা
- স্থানান্তৰৰ সপক্ষে ১৫৪ অধিবক্তাৰ ভোটদান
- স্থানান্তৰৰ বিপক্ষে ভোটদান কৰিলে ১১৬৪ গৰাকী অধিবক্তাই
- সোমবাৰৰ পৰা শুকুৰবাৰলৈ হৈছিল গোপন বেলটৰ এই ভোটদান প্রক্রিয়া
- হাইক’ট স্থানান্তৰৰ তীব্ৰ বিৰোধিতা কৰি আছিল বাৰ এছ চিয়েচনে
- এটা পক্ষৰ মতে স্থানান্তৰৰ বিৰোধিতা কৰিছিল মাত্র মুষ্টিমেয় কেইজনমান অধিবক্তাইহে
- ফলাফলত কিন্তু অধিকাংশ অধিবক্তাই স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে
