ডিজিটেল ডেস্ক, anews24x7: আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া মেচ। সাজু বৰ্ষাপাৰা।
১.৩০ বজাৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ। ইতিমধ্যেই খেলখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।
ৰেডিছন ব্লুৰ পৰা বৰ্ষাপাৰালৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ দিনৰ ১.৩০ বজাত আৰম্ভ হ’ব হাইভল্টেজ মেচখন। মেচৰ বাবে আজি কামৰূপ মহানগৰত অৰ্ধছুটী ঘোষণা কৰা হৈছে ৷
T20 শৃংখলা বিজয়ৰ পিছত সম্পূৰ্ণ আত্মবিশ্বাসী টীম ইণ্ডিয়া। খেলৰ পূৰ্বে সোমবাৰে সন্ধিয়া সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্। টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ