Friday, April 18, 2025
Homeঅসমগুৱাহাটীলৈ NO ENTRY!

গুৱাহাটীলৈ NO ENTRY!

  • যোৰাবাটৰ পৰা খানাপাৰালৈ পথ নিৰ্মাণ কৰি থকাৰ বাবে এই নির্দেশনা
  • যোৰাবাটৰ যান-জঁট, যানবাহন আৰক্ষীৰ নিৰ্দেশনা
  • উজনিৰ পৰা গুৱাহাটীলৈ অহা যান-বাহনৰ পথ সালসলনি
  • যোৰাবাট-খানাপাৰা হৈ গুৱাহাটীত যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ
  • যোৰাবাটৰ পৰিৱৰ্তে ডিগাৰু-পাথৰকুৱেৰী হৈ গুৱাহাটীত প্ৰৱেশ
  • মায়ং, চন্দ্ৰপুৰ-নাৰেংগী হৈও গুৱাহাটীলৈ আহিব পাৰিব সৰু বাহন
  • উজনিৰ পৰা গুৱাহাটীলৈ অহা সকলো গধুৰ বাহনৰ নতুন নির্দেশনা
  • কলিয়াবৰ তিনিআলি হৈ বাইহাটাৰে গুৱাহাটীলৈ আহিব লাগিব গধুৰ বাহন
  • নগাঁও, মৰিগাঁও, মেঘালয়ৰ পৰা অহা গধুৰ বাহনকলৈ নির্দেশনা
  • দিনত যোৰাবাট হৈ গুৱাহাটীত প্ৰৱেশত নিষেধাজ্ঞা
  • নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকেহে যোৰাবাট হৈ আহিব পাৰিব
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments