Saturday, July 5, 2025
Homeঅৰ্থনীতিচুমি-তার্কিকৰ জামিন আবেদনৰ শুনানি

চুমি-তার্কিকৰ জামিন আবেদনৰ শুনানি

  • চুমি-তার্কিকৰ জামিন আবেদনৰ শুনানি সম্পন্ন
  • CBI আদালতত দাখিল কৰিছিল জামিনৰ আবেদন
  • শুনানি সম্পন্ন হ’লেও নির্দেশ দিয়া নাই আদালতে
  • ২০ নৱেম্বৰত আদালতে জাৰি কৰিব নিৰ্দেশ
  • গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি চলে আন এক আবেদনৰ
  • উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছিল বিশাল ফুকনে
  • বিশালৰ আবেদনৰ শুনানিও সম্পূর্ণ নহ’ল বৃহস্পতিবাৰে
  • পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে ১৯ নৱেম্বৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments