Saturday, March 14, 2026
Homeঅসমদাইচা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

দাইচা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

  • ডুমডুমাৰ দাইচা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
  • ২০ শতাংশ বোনাচৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
  • বাগিচা কতৃপক্ষই দুৰ্গোৎসৱৰ পূৰ্বে শ্ৰমিকক দিব লগীয়া ২০ শতাংশ বোনাচ দুইটা কিস্তিত প্ৰদান কৰাৰ সিদ্ধান্ত
  • বাগিচা কতৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ শ্ৰমিকৰ
  • দুৰ্গোৎসৱৰ পূৰ্বে এক কিস্তিত ২০ শতাংশ হাৰত বোনাচ প্ৰদান কৰিবলৈ দাবী শ্ৰমিকৰ
  • উল্লেখযোগ্য যে, অসম চাহ মজদুৰ সংঘই শ্ৰমিকৰ হৈ বাগিচা কতৃপক্ষৰ সৈতে কৰিছে বোনাছ চুক্তি
  • চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই কৰা চুক্তিক অমান্তি বাগিচা শ্ৰমিকৰ
  • কোনো পধ্যে ৰূপেশ গোৱালাই কৰা চুক্তিক মানি নোলোৱাৰ হুংকাৰ শ্ৰমিকৰ
  • প্ৰশ্ন হৈছে চাহ শ্ৰমিকক অন্ধকাৰত ৰাখি শ্ৰমিকৰ হৈ চুক্তি কৰে নেকি বিজেপি বিধায়ক ৰূপেশ গোৱালাই
  • নিজ নেতাৰ চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ডুমডুমা সমষ্টিৰ দাইচা চাহ বাগিচাৰ শ্ৰমিকৰ

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments