- ৰাজ্যৰ এইসকল শিক্ষকৰ বাবে সুখবৰ!
- মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা!
ভেঞ্চাৰ স্কুল-কলেজৰ সমস্যাটো চিৰকাললৈ সমাপ্ত কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ।
২০০৬ চনৰ আগত স্থাপন হোৱা স্কুল-কলেজসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা
লগতে ২০০৬ৰ পিছত স্থাপন হোৱা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে বাজেটত লৈছে বিশেষ ব্যৱস্থা।
