Wednesday, July 9, 2025
Homeউত্তৰ-পূৱমিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা

মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ANEWS24X7: মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে এখন চুম’ বাহন ৷ মিজোৰামৰ চম্ফাই জিলাৰ চুংতেত পাহাৰীয়া ৰাস্তাৰে গৈ থকা চুম’ গাড়ী বাগৰি পৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

দুৰ্ঘটনাটোৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হৈছে ৷ আনহাতে ঘটনাটোত আহত হৈছে আন কেইবাগৰাকী লোক ৷ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰা বাহন খনত মুঠ ৮ গৰাকী লোক যাত্ৰা কৰিছিল ৷ দুৰ্ঘটনাটোৰ ফলত বাহনখন ভাঙি টুকুৰা টুকুৰ হৈ পৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments