Wednesday, March 11, 2026
Homeঅসম‘গৌৰৱ গগৈয়ে কেনেকৈ ভাবিব পাৰে মই ক্ষমা খুজিম বুলি’

‘গৌৰৱ গগৈয়ে কেনেকৈ ভাবিব পাৰে মই ক্ষমা খুজিম বুলি’

👉গৌৰৱ গগৈৰ কথামতে ক্ষমা নোখোজে হিমন্ত বিশ্ব শৰ্মাই
👉 ‘যাৰ ঘৰত তিনি জনেই বিদেশী তেওঁৰ কথাৰ কোনো মুল্য নাই’
👉 ‘গৌৰৱ গগৈয়ে কেনেকৈ ভাবিব পাৰে মই ক্ষমা খুজিম বুলি’
👉 ‘NRC, ভোটাৰ তালিকাত নাম থাকিলেও বাংলাদেশী যাবই লাগিব’
👉 ‘বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহয়’
👉 ক’ত ক’ত চলিব আৰু উচ্ছেদ অভিযান ?
👉 উচ্ছেদৰ তালিকা দিলে মুখ্যমন্ত্ৰীয়ে
👉আমি য’তেই মাটি বিচাৰো তাতেই আমাক খেদে:হিমন্ত বিশ্ব শৰ্মা
👉 ‘উদ্যোগ স্থাপন কৰিবলৈ মাটি লাগিবই’
👉 ‘উদ্যোগ স্থাপন হলেহে সংস্থাপিত হ’ব’
👉 কটন কলেজৰ সন্মুখত গো মাংস উদ্ধাৰক লৈ গৰজি উঠিল মুখ্যমন্ত্ৰী
👉 অথচ কটন কলেজত প্ৰতিবাদ নাইঃ হিমন্ত
👉 কোনোবা দিনা কামাখ্যা মন্দিৰৰ সন্মুখতো নিষিদ্ধ মাংস পেলায় থৈ যাব
👉 হোজাই- ধুবুৰীত নিষিদ্ধ মাংস উদ্ধাৰক লৈও সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ
👉 হিন্দু সমাজত কোনে পেলাইছে গো-মাংস ?
👉 ‘আৰক্ষী এটা ঢোল হয় যিমান পিটন দিয়ে পিটন খায় থাকিব’
👉 ‘মই আছো কাৰণে আৰক্ষীয়ে অলপ সাহস পাইছে’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments