Sunday, July 6, 2025
Homeৰাজনৈতিকদেশবাসীৰ বাবে সু-খবৰ! এতিয়াৰে পৰা হিন্দী ভাষাত পঢ়িবলৈ পাব এমবিবিএছ পাঠ্যক্ৰম

দেশবাসীৰ বাবে সু-খবৰ! এতিয়াৰে পৰা হিন্দী ভাষাত পঢ়িবলৈ পাব এমবিবিএছ পাঠ্যক্ৰম

ডিজিটেল ডেস্ক, ANEWS24X7: দেশত আৰম্ভ হ’ল হিন্দী ভাষাত এমবিবিএছ পাঠ্যক্ৰম। মধ্য প্ৰদেশ হৈছে হিন্দী ভাষাত এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰা প্ৰথম খন ৰাজ্য। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে হিন্দীত চিকিৎসা শিক্ষা প্ৰদানৰ বাবে মধ্যপ্ৰদেশ চৰকাৰৰ লোৱা উদ্যোগক প্ৰশংসা কৰি কয় যে ই দেশত এক বৃহৎ ইতিবাচক পৰিৱৰ্তন আনিব।

মধ্য প্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত চিকিৎসা শিক্ষা প্ৰদানৰ এক উচ্চাভিলাষী প্ৰকল্পৰ অংশ হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহে মধ্য প্ৰদেশত হিন্দী এমবিবিএছ কিতাপ মুকলি কৰিছিল। বৰ্তমান সময়লৈকে এনাটমী, ফিজিঅ’লজী আৰু জৈৱ ৰসায়নকে ধৰি তিনিটা বিষয়ত মুকলি কৰা হৈছে এমবিবিএছ হিন্দী কিতাপ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments