মাঘৰ বিহুৰ উৰুকাৰ উখল মাখল পৰিবেশৰ মাজতে তিতাবৰত অবৈধ মৰানাস্ত্ৰ উদ্ধাৰ । তিতাবৰ তিনিআলিৰ কাছজানৰ বাল্য নিকেতনৰ সমীপত উদ্ধাৰ এই মৰানাস্ত্ৰ ।
বিহুৰ লগতে গণৰাজ্য দিৱসৰ নাকা তালাচিত তিতাবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এটা অবৈধ এয়াৰ গান ।
মককচাংৰ পৰা ডিমাপুৰলৈ গৈ থকা এখন বলেৰৰ বাহনৰ পৰা উদ্ধাৰ কৰে এয়াৰ গানটো ।
