Thursday, November 7, 2024
Homeঅসম"মই এতিয়া মুক্ত"

“মই এতিয়া মুক্ত”

ডিজিটেল ডেস্ক, A NEWS 24×7 : NIAৰ গোচৰত জামিন পালে বিধায়ক অখিল গগৈয়ে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে বিধায়কগৰাকীৰ। ন্যায়াধীশদ্বয় ভি ৰামাসুব্ৰমণিয়ম আৰু পংকজ মিঠালৰ বিচাৰপীঠে বিধায়ক গগৈৰ জামিন আবেদন মঞ্জুৰ কৰে।

উল্লেখ্য যে, ‘কা’ আন্দোলনত হিংসাত্মক ঘটনা সংক্ৰান্তত NIAই ৰুজু কৰিছিল গোচৰ। গোচৰটোৰ সন্দৰ্ভত নতুনকৈ বিচাৰ চলাবলৈ আৰম্ভ কৰাৰ পিছতে গগৈৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈছিল। উচ্চ ন্যায়ালয়ে NIAক গোচৰ চলাবলৈ অনুমতিৰ দিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিধায়কগৰাকী।

জামিন লাভৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে, “মই এতিয়া মুক্ত, বিৰোধী হিচাপে অধিক শক্তিশালী ভূমিকা ল’ম। “

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments