- অসমৰ বহুকেইখন জিলাত অ’ৰেঞ্জ এলার্ট জাৰি
- বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অ’ৰেঞ্জ এলার্ট
- মাজুলী, যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউত অ’ৰেঞ্জ এলার্ট
- জিলাকেইখনত ৪০ৰ পৰা ৬০ কিলোমিটাৰ বেগত বতাহ বলাৰ আশংকা
- ৫ৰ পৰা ১৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে জিলাকেইখনত
- কামৰূপ, নলবাৰী, বৰপেটা আৰু বঙাইগাঁৱত ধুমুহা-বজ্রপাতৰ আশংকা
- জিলাকেইখনত বিশেষ সতর্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ
