- সাংসদ আৰু প্ৰাক্তন সাংসদৰ দৰমহা, দৈনিক ভাট্টা, পেঞ্চন বৃদ্ধি।
- মাহিলী দৰমহা ১ লাখ টকাৰ পৰা ১ লাখ ২৪ হাজাৰ টকালৈ বৃদ্ধি।
- দৈনিক ভাট্টা, ২,০০০ টকাৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি।
- মাহেকীয়া পেঞ্চন ২৫ হাজাৰ টকাৰ পৰা ৩১ হাজাৰ টকালৈ বৃদ্ধি।
- ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই অধিসূচনা।