Saturday, July 5, 2025
Homeঅসমবৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলাব ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলে

ডিজিটেল ডেস্ক,  ANEWS24X7: কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু চীনৰ মাজত অনুষ্ঠীত হ’ব এদিনীয়া প্ৰতিযোগিতা ৷ ইতিমধ্যে দুয়োটা দলৰ খেলুৱৈ সকল উপস্থিত হৈছে গুৱাহাটীত ৷

খেলখনৰ পূৰ্বে আজি বয়লি দুয়োটা দলে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন কৰিব ৷ দিনৰ ১ বজাৰ পৰা ৪ বজালৈ শ্ৰীলংকাৰ দলে অনুশীলন কৰিব আৰু বিয়লি ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন চলাব ভাৰতীয় দলে ৷

উল্লেখ্য যে এদিনীয়া প্ৰতিযোগিতাৰ বাবে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম ৷ অসম ক্ৰিকেট সন্থাই তন্ন তন্নকৈ পৰিছে পৰীক্ষা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments