Monday, July 7, 2025
Homeৰাজনৈতিকভাৰতে বিশ্ব শৃংখলাৰ পদানুক্ৰমিক ধাৰণাত বিশ্বাস নকৰে: ৰাজনাথ সিং

ভাৰতে বিশ্ব শৃংখলাৰ পদানুক্ৰমিক ধাৰণাত বিশ্বাস নকৰে: ৰাজনাথ সিং

 

ডিজিটেল ডেস্ক, ANEWS24X7 : ৰাষ্ট্ৰদূতৰ সন্মিলনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ ৷ ৰাষ্ট্ৰদূতৰ সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

সোমবাৰে সন্মিলনত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে , ‘‘ ভাৰতে বিশ্ব ব্যৱস্থাৰ পদানুক্ৰমি ধাৰণাক বিশ্বস নকৰে য’ত কেইখনমান দেশক আনতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় ৷’’

তেওঁ লগতে কয় যে ,‘‘ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক মানৱ সমতা আৰু মৰ্যদাৰ মূল কথাৰ দ্বাৰা পৰিচালিত ৷ আমি গ্ৰহত বা উপগ্ৰহত ৰাজ্য বনোৱা বা হোৱাত বিশ্বস নকৰো ৷ সেয়েহে যেতিয়া আমি যিকোনো ৰাষ্ট্ৰৰ অংশীদাৰ হওঁ , ই সাৰ্বভৌম সমতা আৰু পাৰম্পৰিক সন্মানৰ আধাৰত হয় ৷’’

ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ পদক্ষেপ হৈছে ইয়াৰ অংশীদাৰ দেশসমূহৰ সৈতে অংশীদাৰিত্বৰ এক নতুন দৃষ্টান্তৰ আৰম্ভণি ৷ মেক ইন ইণ্ডিয়াৰ দিশত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টা বিচ্ছিন্নতাবাদী নহয় বা সেইবোৰ কেৱল ভাৰতৰ বাবে নহয় ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments