Monday, July 7, 2025
Homeক্ৰীড়াবিবাহপাশত আৱদ্ধ ভাৰতীয় ক্ৰিকেটাৰ অক্ষৰ পেটেল

বিবাহপাশত আৱদ্ধ ভাৰতীয় ক্ৰিকেটাৰ অক্ষৰ পেটেল

ডিজিটেল ডেস্ক, ANEWS24X7:  চৌদিশে কেৱল বিয়াৰ জোৱাৰ । পুনৰ চৰ্চাত আন এখন বিবাহ । পিছে এই বিবাহখনো আকৌ এজন ক্ৰিকেটাৰৰে । সম্প্ৰতি দৰা হ’ল, ভাৰতীয় অল ৰাউণ্ডাৰ ক্ৰিকেটাৰ অক্ষৰ পেটেল । বিয়াৰ পৰা এংগেজমেণ্টলৈকে সকলো ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

নিজৰ বিয়াত তেওঁ নাচি থকা দেখা গৈছিল।নতুন দিল্লীত ভাৰতীয় অল ৰাউণ্ডাৰ অক্ষৰ পেটেলৰ বৃহস্পতিবাৰে নিশা বিবাহ সম্পন্ন হয় দীৰ্ঘদিনীয়া প্ৰেমিকা মেহা পেটেলৰ সৈতে ।

ইপে বিয়াৰ উপলক্ষে দুয়োকে বগা সাজ-পোছাক পিন্ধা দেখা গৈছে। অক্ষৰ পেটেল আৰু মেহাৰ বিয়াৰ ফটোও সকলোতে চৰ্চিত হৈ পৰিছে য’ত দুয়োকে একেলগে অতি মৰমল লাগিছে।

 

ইফালে অক্ষৰ পেটেলে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ পৰা বৰ্তমান বিৰতি লৈছে।আনহতে গুজৰাটৰ বদোদৰাত এই বিবাহৰ আয়োজন কৰা হয়, য’ত ব্যক্তিগত আত্মীয়ৰ বাহিৰেও ক্ৰিকেট জগতৰ বহু লোকক দেখা যায় । ইয়াৰ লগতে দুয়োৰে বিবাহত দেখা গ’ল প্ৰাক্তন বেটছমেন মহম্মদ কাইফ আৰু জয়দেৱ উনাদকটক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments