Monday, January 19, 2026
Homeঅসমছিংগাপুৰৰ সাগৰত কিদৰে হেৰাই গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ?

ছিংগাপুৰৰ সাগৰত কিদৰে হেৰাই গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ?

  • বিহুৰ দিনটোতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ কেইবাটাও চাঞ্চল্যকৰ তথ্য।
  • আজিৰে পৰা ছিংগাপুৰৰ কৰ’নাৰ্ছ কোৰ্টত আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ শুনানি প্ৰক্ৰিয়া।
  • পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ
  • ছিংগাপুৰৰ আদালতত শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য
  • পানীত নমাৰ পূৰ্বে জুবিন গার্গে লাইফ জেকেট পৰিধান নকৰাৰ তথ্য উল্লেখ
  • সাগৰত সাঁতোৰাৰ পূৰ্বে য়টত হৈছিল সুৰাৰ পাৰ্টি
  • কৰ’নাৰ্ছ ক’ৰ্টৰ শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য উল্লেখ তদন্তকাৰী বিষয়াৰ
  • চিকিৎসালয়ৰ পৰা ৬ কিঃমিঃ দূৰত সংঘটিত হৈছিল এই ঘটনা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments