ISIS সমর্থিত সন্ত্রাসবাদীৰ /ন/ৰ/সং/হা/ৰ/
কংগোৰ এটা গীর্জাত ভয়াৱহ আক্ৰমণ
সন্ত্রাসবাদীৰ আক্ৰমণত ২১ জন নিহত
পূব কংগোৰ এটা কেথলিক গীর্জাত ADF সন্ত্রাসবাদীৰ আক্রমণ
ধাৰাসাৰ গুলীবর্ষণ, জ্বলাই দিছিল সমীপৰ দোকান-বাসগৃহও
তিনিটা জ্বলন্ত মৃতদেহো উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে
