Wednesday, March 11, 2026
Homeঅসমৰাইজ ৰণত নামিলে এইবাৰ যুঁজ এখন হ'ব: গৌৰৱ গগৈ

ৰাইজ ৰণত নামিলে এইবাৰ যুঁজ এখন হ’ব: গৌৰৱ গগৈ

‘প্ৰতিশ্ৰুতি দি আভুৱা ভাৰি আহিছে বিজেপি চৰকাৰখনে। বড়োভূমিৰ মাটি আদানিক বিক্ৰী কৰিব বিচাৰিছে বিজেপি আৰু UPPL দলে’।

এয়া বড়ো তথা অসমৰ বিভিন্ন জনগোষ্ঠীক কৰা অন্যায় আৰু অপমান। এইদৰে বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।

সভাপতি হোৱাৰ পিছত প্ৰথম বাৰলৈ ধেমাজি-লখিমপুৰত উপস্থিত গৌৰৱ গগৈ।

লখিমপুৰৰ শ্ৰী শ্ৰী পদুমনি আইথানত সেৱা লয় গৌৰৱ গগৈয়ে।

যি সকলে আজি ভূমিপট্টা পোৱা নাই,যি সকলে সংস্থাপন পোৱা নাই,যি সকলে মূল্যবৃদ্ধিৰ লগত যুঁজিবলে সাহস পোৱা ,সেই সকলক সাহস প্ৰদানৰ বাবে মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।- গৌৰৱ গগৈ।

বিজেপিৰ ঘৰত কংগ্ৰেছ আছে।বিজেপিৰ সকলো খবৰ মই পাই আছো।- গৌৰৱ গগৈ।

বিজেপি আৰু ইউ পি পি এল দলে বড়োভূমিৰ মাটি আদানিক বিক্ৰী কৰিব বিচাৰিছে।এইয়া বড়ো জনগোষ্ঠী আৰু অসমৰ বিভিন্ন জনগোষ্ঠীক কৰা অন্যায় আৰু অপমান।- গৌৰৱ গগৈ।

ৰাইজ ৰণত নামিলে এইবাৰ যুঁজ এখন হ’ব: গৌৰৱ গগৈ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments