- মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেন
- দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে ল’ব শপত।
- শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল
- পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ল’ব অংশ।
- RJD নেতা তেজস্বী যাদৱেও অংশ লোৱাৰ সম্ভাৱনা।
