Sunday, July 6, 2025
Homeঅসমবন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে কোকৰাঝাৰ আৰু গোৱালপাৰা আৰক্ষীৰ যৌথ অভিযান

বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে কোকৰাঝাৰ আৰু গোৱালপাৰা আৰক্ষীৰ যৌথ অভিযান

  • বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে কোকৰাঝাৰ আৰু গোৱালপাৰা আৰক্ষীৰ যৌথ অভিযান ।
  • কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং হাতী দাঁত জব্দ ।
  • এক বিশেষ সূত্ৰৰ পম খেদি কালি নিশা কোকৰাঝাৰ আৰু গোৱালপাৰা আৰক্ষীয়ে কাৰিগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল যৌথ অভিযান ।
  • অভিযানত উদ্ধাৰ ২ কেজি ৫০০গ্ৰাম ওজনৰ এযোৰ হাতীদাঁত ।
  • দুটা চোৰাং সৰবৰাহকাৰীক আটক ।
  • আৰক্ষীয়ে তদন্তৰ খাতিৰত চোৰাং সৰবৰাহকাৰী দুটাৰ নাম-ঠিকনা সদৰি কৰা নাই ।
  • অধিক তথ্যৰ সন্ধানত আৰক্ষীৰ জেৰা অব্যাহত ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments