Wednesday, July 9, 2025
Homeঅসমঅকালতে মৰহি গ'ল জীৱনৰ বহু সপোন

অকালতে মৰহি গ’ল জীৱনৰ বহু সপোন

  • যোৰহাট পুলিবৰত ভয়ংকৰ দুৰ্ঘটনা
  • ২ জন ছাত্ৰ নিহত
  • ২ গৰাকী ছাত্ৰী সংকটজনক অৱস্থাত জেএমচিলৈ প্ৰেৰণ
  • আটাইকেইজন কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে
  • নিহত দুজন গোৱালপাৰা জিলাৰ মুছতাফা মুজাহিদ আৰু যোৰহাট সদৰৰ ইৰফান হুছেইন বুলি চিনাক্ত কৰিছে
  • আনহাতে চিনামৰাৰ খুছবু নভেল আৰু শোনিতপুৰ জিলাৰ আৰিনা বৰো বৰ্তমান সংকট জনক অৱস্থাত চিকিৎসাধীন হৈ আছে
  • AS 03 M 9975 নম্বৰৰ ডাটচান গাড়ীৰে তীব্ৰ বেগেৰে পথৰ কাষৰ ৰেলিঙত খুন্দা মৰা ফলত সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments