ঘোষণা হ’ল অৰুণাচলৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।
কলিং ময়ং অৰুণাচল বিজেপিৰ নতুন সভাপতি।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে নতুন সভাপতিৰ নাম।
অৰুণাচলৰ নিৰ্বাচনী পৰ্যৱেক্ষকৰ দায়িত্বত আছে সৰ্বানন্দ সোণোৱাল।