Tuesday, March 10, 2026
Homeৰাষ্ট্ৰীয়দিল্লী ৰাজধানীত কৰম উৎসৱ

দিল্লী ৰাজধানীত কৰম উৎসৱ

প্ৰকৃতিৰ দেৱতা ও কৰম ৰাজাৰ পৱিত্ৰ উৎসৱ ভাদৰ শুক্লা একাদশী ৰজনী দিৱসত উদযাপিত হোৱা কৰম উৎসৱ দিল্লী ৰাজধানীত আয়োজন। আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চ অসম সন্থা অসমৰ হৈ ড০ বাণেশ্বৰ মিৰ্ধা উপস্থিত থাকে । ৰাষ্ট্ৰীয় সভাপতি ড মোহন বৰাইক্ এখন আদিবাসী গামোচা ৰে অভিনন্দন জনাই আৰু সংগঠনৰ সাধাৰণ সম্পাদক কৈলাশ কাৱাৰ দেৱ প্ৰদেশ সভাপতি বাসুদেৱ বৰাইকক গামোচা ৰে অভিনন্দন জনায় আৰু সংগঠন টোৰ উপ সভাপতি যুলী ভূমিজ ও লগতে ৰিংকি ভূমিজ , জ্যোতি ভূমিজ ঝুমাইৰ গীত পৰিবেশন কৰে।

অংশগ্ৰহণ কৰে নাৰায়ন প্ৰজা যজ্ঞাৰাম মিৰ্ধা, প্ৰবীণ প্ৰজা ৰাজেশ মহলি, হৰেন ভূমিজ, মহেশ ভূমিজ, গোবিন ভূমিজ, সুৰেশ ভূমিজ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments