Friday, March 13, 2026
Homeঅসমচাহ শ্ৰমিকলৈ ভূমি পট্টা

চাহ শ্ৰমিকলৈ ভূমি পট্টা

  • দুদিনীয়া কাৰ্যসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী।
  • ৩.৫ লাখ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান।
  • কেইবাটাও প্ৰকল্পৰ উদ্বোধন, শিলান্যাস প্ৰধানমন্ত্ৰীৰ।
  • জ্যোতি-বিষ্ণু কলাকেন্দ্ৰৰ পৰা ভাৰ্চুৱেলী উদ্বোধন, শিলান্যাস।
  • জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
  • এই কাৰ্যসূচীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্রীৰ মন্তব্য কৰে যে-
  • আজি অসমৰ তথা সমগ্র দেশৰ কাৰণে গৌৰৱ–আনন্দৰ দিন
  • চাহ বাগিচাৰ শ্রমিকৰ মাটিৰ পট্টা পোৱাৰ সপোন পূৰণ হ’ব
  • ২০০ বছৰৰ পিছত চাহ বাগিচাৰ লাইনৰ শ্রমিকে পাব মাটি পট্টা
  • তেজ আৰু ঘামৰ মূল্য শ্রমিকসকলৰ হাতত তুলি দিয়া হ’ব
  • চাহ জনগোষ্ঠীয় লোকৰ বাবে শৈক্ষিক নৱজাগৰণৰ কাম কৰিছো
  • মাটিৰ পট্টা দিয়া হ’ব অসমৰ ৩.৫ লাখ চাহ জনগোষ্ঠীয় পৰিয়ালক
  • চাহ কোম্পানীসকলৰ স্বত্বাধিকাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছো
  • প্রধানমন্ত্রীয়ে দুদিনত সৰ্বমুঠ ৪৭ হাজাৰ কোটি টকাৰ প্রকল্প উপহাৰ দিব
  • ৯ কোটি ৩২ লাখ কৃষকক দিব পি এম কিষাণ আঁচনিৰ ধন
  • লগতে কপিলী জলবিদ্যুৎ‍ প্রকল্প আজি মুকলি
  • গুৱাহাটীত নিৰ্মাণ ‘একতা মল’, ইয়াত থাকিব প্রতিখন ৰাজ্যৰ পৰম্পৰাগত সামগ্রী
  • ‘একতা মল’ৰ নিৰ্মাণ ব্যয় ২৯৮ কোটি টকা
  • ডিব্রুগড়ত হ’বলগীয়া সামূদ্রিক দক্ষতা উন্নয়ন কেন্দ্রৰ ভূমি পূজন
  • নুমলীগড় ৰিফানেৰীৰ অন্তৰ্গত কেইবাটাও প্রকল্পৰ শুভাৰম্ভ
  • নুমলীগড় ৰিফানেৰীৰ আটাইকেইটা প্রকল্পৰ ব্যয় প্রায় ১০ হাজাৰ কোটি টকা
  • ভাৰতীয় ৰে’ল মন্ত্রালয়ৰ কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন
  • ৰে’ল মন্ত্রালয়ৰ অধীনৰ কেইবাটাও প্রকল্পৰ শুভাৰম্ভ কৰে প্রধানমন্ত্রীয়ে
  • শ্রীৰামপুৰ–গুৱাহাটী, তিনিচুকীয়া–গুৱাহাটীলৈ এলিভেটেড কৰিডৰৰ পৰিকল্পনা
  • শিলচৰ–গুৱাহাটীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments