Thursday, November 7, 2024
Homeঅসম'নেতাই দল এৰিছে, কিন্তু কৰ্মীয়ে দল এৰা নাই'

‘নেতাই দল এৰিছে, কিন্তু কৰ্মীয়ে দল এৰা নাই’

ডিজিটেল ডেস্ক, anews24x7: ধুবুৰী লোকসভা সমষ্টি ভিত্তিত অসম গণ পৰিষদৰ বিশেষ কৰ্মী সন্মিলন। ধুবুৰী অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰা ধুবুৰী জিলা পুথিভঁৰাল লৈ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। শোভাযাত্ৰাত অংশগ্ৰহণ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ ৰানায়ণ কলিতা কৰে ধৰি বহু অগপ নেতাই। হেজাৰ হেজাৰ কৰ্মী লৈ শক্তি প্ৰদৰ্শন অগপৰ।

সংবাদমেল অনুষ্ঠিত কৰি অতুল বৰাৰ মন্তব্য: ৰাজ্যৰ ১৪ টাৰ ১১ টাত কৰ্মী সন্মীলন হৈ গৈছে । তৃণমূল কৰ্মীৰ কাৰনে দল টিকি আছে । নেতা দল এৰিছে কিন্তু কৰ্মীয়ে দল এৰা নাই । দলৰ দুৰ্দিনতো কৰ্মী দলৰ লগত আছে । দলীয় তৃণমূল কৰ্মীৰ বাবে আগৰ উত্থান হৈছে । সেয়ে বিধান পৰিষদ আৰু তৃণমূল পৰ্যায়তো এনে কৰ্মী সভা কৰা হ’ব ।

ইপিনে ধুবুৰী অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰা ধুবুৰী জিলা পুথিভঁৰাল লৈ এক বিশাল সাংস্কৃতিক সোভাযাত্ৰা উলিয়ায়। শোভাযাত্ৰাত অংশগ্ৰহণ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ ৰানায়ণ কলিতা কৰে ধৰি বহু অগপ নেতাই লগতে হেজাৰ হেজাৰ কৰ্মী লৈ শক্তি প্ৰদৰ্শন অগপ ৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments