Sunday, July 6, 2025
Homeক্ৰীড়াভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি পি টি উষা

ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি পি টি উষা

 

ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় অলিম্পিক সন্থাৰ নতুন সভাপতি নিযুক্তি ৷ ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে কিংবদন্তি স্প্ৰিন্টাৰ পি টি উষা ৷

বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় প্ৰাক্তন তাৰকা ক্ৰীড়াবিদগৰাকী ৷কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে এক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে ভাৰতীয় অলিম্পিক সন্থাৰ নৱ নিৰ্বাচিত সভাপতি গৰাকীক ৷

টুইটত ৰিজিজুৱে কয় যে , “ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা কিংবদন্তি স্বৰ্ণ কন্যা পি টি উষালৈ অভিনন্দন।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments