Saturday, April 19, 2025
Homeঅসমঅসম প্রদেশ কংগ্রেছলৈ পত্র অখিল গগৈৰ

অসম প্রদেশ কংগ্রেছলৈ পত্র অখিল গগৈৰ

  • পঞ্চায়ত নির্বাচনত আসন বুজাবুজিৰ বাবে অসম প্রদেশ কংগ্রেছলৈ পত্র অখিল গগৈৰ
  • শিৱসাগৰ বিধানসভা সমষ্টিত বুজাবুজিৰ বাবে আহ্বান বিধায়ক গগৈৰ
  • শিৱসাগৰ সমষ্টিৰ ৬টা ZPCৰ ৪টাত প্রতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক ৰাইজৰ দল
  • বাকী দুটা কংগ্ৰেছলৈ এৰি দিবলৈ সাজু অখিল গগৈ
  • জকাইচুক, বকতা-লাকুৱা কংগ্ৰেছক এৰি দিবলৈ সাজু ৰাইজৰ দল
  • ভূপেন বৰালৈ পত্ৰযোগে আহ্বান ৰাইজৰ দলৰ সভাপতিগৰাকীৰ
  • ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ কেউটা জিলা পৰিষদতে প্রার্থী প্রক্ষেপ কৰিছে কংগ্রেছে
  • আজিৰ ভিতৰত সিদ্ধান্ত ল’বলৈ কংগ্ৰেছৰ প্ৰতি আহ্বান অখিল গগৈৰ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments