- প্ৰীতি ক্ৰিকেট মেচত ভাগ ল’বলৈ ভাৰতলৈ আহিব লিয়’নেল মেছি
- শচীন তেণ্ডুলকাৰ, এম এছ ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মাৰ সৈতে ভাগ ল’ব ক্ৰিকেট মেচত
- তথ্য অনুসৰি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন
- এটা দলত সাত গৰাকীকৈ খেলুৱৈ থাকিব মেচখনত
- ৰাষ্ট্ৰীয় সংবাদ মধ্যমত প্ৰচাৰ হৈছে এই বাতৰি
